কুমাৰীকাটা ছোৱালী হাইস্কুলত গীত পৰিৱেশন

Articles

যোৱা ২০২৩ চনৰ ১৪ অক্টোবৰ তাৰিখে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ১৫৯ সংখ্যক জন্ম দিনৰ সৈতে সংগতি ৰাখি, আমাৰ সমিতিৰ অনুৰোধ ক্ৰমে অসম চৰকাৰে সমগ্র অসমৰ স্কুল বোৰত বেজবৰুৱা দেৱৰ অমৰ সৃষ্টি, অসমৰ জাতীয় সঙ্গীত অ মোৰ আপোনাৰ দেশ শীৰ্ষক গীতটি গোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। ( ৰাতিপুৱাৰ প্ৰাৰ্থনা গোৱাৰ সময়ত )। আৰু সেই নিৰ্দেশ মানি ভাৰত ভূটান সীমান্তৰ কাষৰীয়া কুমাৰীকাটা ছোৱালী হাইস্কুলত গীত পৰিৱেশন কৰা অৱস্থাত।

Shrimati Mrinalini Devi and Shri Diganta Biswa Sarma visits Sadhana Griha at Sambalpur
Sahityarathi Lakshminath Bezbaroa Smriti Raksha Samity

You May Also Like