যোৱা বছৰ সম্বলপুৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বাসগৃহ আৰু সাধনা গৃহ টি পৰিদৰ্শন কৰিবলৈ শ্ৰী মৃণালিনী দেৱী আৰু শ্ৰী দিগন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী সৈতে যোৱা বছৰ উপস্থিত হৈছিল। তেখেত সকলে সাধনা গৃহ টি পৰিদৰ্শন কৰি আপ্লুত হৈ পৰে। মা সম্বলেস্বৰি মন্দিৰ দৰ্শন কৰি দুপৰীয়াৰ আহাৰ খাই ভুৱনেশ্বৰ চহৰলৈ উভতি আহে। দীপক কুমাৰ পাণ্ডা দেৱ আৰু সমূহ সম্বলপুৰ তেখেত সকলক আদৰণি জনায়।