87th Death Anniversary of Xahityarathi Lakshminath Bezbarua

Articles

আজি শিৱসাগৰ নগৰৰ ভিতৰত, আমাৰ সমিতিৰ নামত চৰকাৰী ভাবে আবলটন কৰা ভূমি দোখৰ ত, আমাৰ সন্মানীয় সদস্য শিৱসাগৰৰ শ্ৰী লক্ষ্মী চেতিয়া ডাঙৰীয়াৰ নেতৃত্বত বেজবৰুৱা দেৱৰ ৮৭ সংখ্যক মৃত্যু বাৰ্ষিকীত স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

Calcutta Assam House
News of prayer meeting after the death of Ratna Baruah published in 1982

News & Articles