Calcutta Assam House

Articles

কলিকতা অসম হাউছ (বৰ্তমান নিৰ্মাণাধীন অৱস্থাত আছে ) ৰাছেল ষ্ট্ৰীত,কলিকতা অসম ভৱনৰ আৱাসিক আয়ুক্ত শ্ৰী তাপশ দেৱৰ নেতৃত্বত প্ৰতি বছৰৰ দৰে এই বাৰো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পুণ্য তিথিত ,আমাৰ সমিতিৰ অন্যতম সদস্য শ্ৰী দীপক তালুকদাৰ দেৱৰ সহযোগ আৰু কলিকতা এ এছ এল ক্লাবৰ আৰু কলিকতাৰ কিছু বেজবৰুৱা দেৱৰ প্ৰতি থকা মৰম আৰু ভালপোৱাৰ ব্যক্তি সকলো উপস্থিত থাকে

মঙ্গলদৈ সাতসৰী সংগীত মহাবিদ্যাল়য়
87th Death Anniversary of Xahityarathi Lakshminath Bezbarua

News & Articles