অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় যোৱা বছৰৰ মে মাহৰ ২৩ তাৰিখে সম্বলপুৰ গৈ বেজবৰুৱা দেৱৰ সম্পূৰ্ণ হোৱা সাধনা গৃহ টি পৰিদৰ্শন কৰে আৰু নিৰ্মীয়মান অৱস্থাত থকা বাসগৃহ টো পৰিদৰ্শন কৰে।সেই সময়ত তেখেতৰ সৈতে শ্ৰী যুত ধৰ্মেন্দ্ৰ প্ৰধান , আমাৰ সমিতিৰ মুখ্য উপদেষ্টা শ্ৰী দীপক কুমাৰ পাণ্ডা সহিতে সম্বলপুৰৰ ৰাইজ উপস্থিত থাকে।