যোৱা February মাহৰ ২৪ তাৰিখে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নাতি জীয়ৰী ইৰা ঘোষ বাইদেউ ,আৰু তেওঁৰ একমাত্ৰ পুত্ৰ Rishik niloy ghose আৰু তেখেত সকলৰ সম্বন্ধীয় এটা পৰিয়ালৰ সৈতে সম্বলপুৰ ৰেলৱে ষ্টেচনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা শ্ৰী বিষ্ণু প্ৰসাদ গোস্বামী ,সাংস্কৃতিক সম্পাদক , শ্ৰী Rantu Deka সাধাৰণ সম্পাদক আৰু শ্ৰী কমলেন্দ্ৰ ভৰালী ,সহ সম্পাদক আৰু সম্বল পুৰৰ শ্ৰী প্ৰশান্ত প্ৰধান দেৱে আদৰণি জনোৱা হয়|
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নাতি ইৰা ঘোষ আৰু আজো নাতি লৰা Dr Richik Niloy Ghose, Pittsburgh, Pennsylvania, USA। লগত তেখেত সকলৰ পৰিয়ালৰ দু গৰাকী ব্যক্তিৰ সৈতে সম্বলপুৰৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ স্থায়ী বাসগৃহ আৰু সম্পূৰ্ণ হোৱা সাধনা গৃহ টো চাবলৈ যোৱা। সম্পূৰ্ণ হোৱা সাধনা গৃহ টো চাই তেখেত সকল খুউব আনন্দিত হৈ পৰে|
নিৰ্মিয়মান অৱস্থাত থকা বাসগৃহ টো|
নিৰ্মিয়মান অৱস্থাত থকা বাসগৃহ পৰিদৰ্শন কৰা অৱস্থাত|
মাজৰ গৰাকী ইৰা ঘোষ ৰ সৈতে সম্বলপুৰ আবৰ্ত ভৱনত|
২৪ তাৰিখে আবেলি গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা সভাত তেখেত সকল উপস্হিত থাকে|
Media coverage.